అర్థం : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা
ఉదాహరణ :
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল
అర్థం : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
ఉదాహరణ :
আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
పర్యాయపదాలు : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ