పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి আয়োজন అనే పదం యొక్క అర్థం.

আয়োজন   বিশেষ্য

అర్థం : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

ఉదాహరణ : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

పర్యాయపదాలు : ব্যৱস্থা

అర్థం : ব্যৱস্থা কৰা কার্য ্বা ভাব

ఉదాహరణ : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত

పర్యాయపదాలు : ব্যৱস্থাপনা, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা

అర్థం : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা

ఉదాహరణ : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে

పర్యాయపదాలు : বন্দৱস্ত, যা-যোগাৰ, যো-জা

అర్థం : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

ఉదాహరణ :

పర్యాయపదాలు : বন্দৱস্ত, ব্যৱস্থা, ব্যৱস্থাপনা