సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল
ఉదాహరణ : শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে
పర్యాయపదాలు : আয়ু, আয়ুকাল, আয়ুবেলি, আয়ুষ্কাল, জীৱদ্দশা, জীৱনকাল, পৰমায়ু, বয়স
అర్థం : জন্মৰ পৰা মৃত্যুলৈকে দিন, মাহ, বছৰ আদিৰে গণনা কৰি উলিওৱা সময়ছোৱা:মানুহৰ গড় আয়ুসকাল ষাঠিৰ পৰা সত্তৰ বছৰ
ఉదాహరణ :
పర్యాయపదాలు : জিন্দেগী, জীৱনকাল, বয়স
అర్థం : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে
ఉదాహరణ : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়
పర్యాయపదాలు : জীৱন
ఆప్ స్థాపించండి