అర్థం : অসত্য বা মিছা মতা কার্য
ఉదాహరణ :
কিছুমান মানুহ মিছা মতাত ইমানেই অভ্যস্ত হৈ পৰে যে তেওঁলোকৰ মুখৰ পৰা সত্য কথা নোলায়েই
పర్యాయపదాలు : মিছা মতা
అర్థం : কোনো কাম বা কথাত সন্মতি নিদিয়া
ఉదాహరణ :
তেওঁ ্ মোৰ মতটোক অস্বীকাৰ কৰিলে
పర్యాయపదాలు : অস্বীকাৰ কৰা, নাথুকাৰ কৰা, নুই কৰা, মানি নোলোৱা