సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ আবাস নাই
ఉదాహరణ : সৰযু নদীত হোৱা ডাঙৰ বানপানীয়ে হাজাৰ হাজাৰ লোকক আশ্রয়হীন কৰিলে
పర్యాయపదాలు : আবাসহীন, গৃহবিহীন, গৃহহাৰা, গৃহহীন, ঘৰ-বাৰীহীন, ঘৰহীন, থাকিবলৈ ঠাই নাইকিয়া-
అర్థం : যিজনক সহায় কৰিবলৈ কোনো নাই
ఉదాహరణ : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
పర్యాయపదాలు : অনাথ, অনাশ্রিত, অসহায়, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
అర్థం : যিয়ে কʼতো আশ্রয় পোৱা নাই
ఉదాహరణ : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
పర్యాయపదాలు : অনাশ্রিত, নিৰাশ্রয়ী
ఆప్ స్థాపించండి