సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
ఉదాహరణ : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
పర్యాయపదాలు : আলয়, মন্দিৰ
అర్థం : সাধু-সন্তৰ নিবাস স্থল
ఉదాహరణ : উত্তৰ কাশী ফুৰিবৰ সময়ত আমি কিছুদিন এটা মঠত কটাইছিলো
పర్యాయపదాలు : মঠ
అర్థం : ঋষি বা মুনি থকা ঠাই:বনবাসত থাকোতে শ্রীৰামে পঞ্চৱতীত নিজৰ আশ্রম পাতিছিল
ఉదాహరణ :
ఆప్ స్థాపించండి