అర్థం : কাৰোবাৰ দ্বাৰা কোনো কাম হʼব পাৰে বা হʼব বুলি ভৰসা কৰা কার্য
ఉదాహరణ :
সকলো দেউতাকেই নিজৰ পুতেকে তেওঁৰ জীৱনত সফল হোৱাটো আকাংক্ষা কৰে
పర్యాయపదాలు : আকাংক্ষা
అర్థం : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ
ఉదాహరణ :
పర్యాయపదాలు : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ
అర్థం : যাৰ ওপৰত আশা কেন্দ্রিত হৈ থাকে
ఉదాహరణ :
জয়ৰ বাবে আপুনিয়েই মোৰ আশামোৰ বাবে আপুনিয়েই এক আশা আছিল আৰু আপুনিয়ে উত্তৰ দি দিলে
పర్యాయపదాలు : ভৰসা