పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి আলোচনা అనే పదం యొక్క అర్థం.

আলোচনা   বিশেষ্য

అర్థం : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা

ఉదాహరణ : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে

పర్యాయపదాలు : আলোচনা-বিলোচনা, টীকা-টিপ্পনী, মন্তব্য

అర్థం : ভালদৰে চোৱাচিতা কৰি কোনো সাহিত্যকৃতিৰ গুণ আৰু দোষবোৰৰ বিবেচনাৰে লিখা নিৱন্ধ

ఉదాహరణ : শিক্ষয়িত্রী গৰাকীয়ে নাটকৰ সমালোচনা লিখিবলৈ কʼলে

పర్యాయపదాలు : সমালোচনা

అర్థం : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা

ఉదాహరణ : সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে

పర్యాయపదాలు : আলোচনা-বিলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা

అర్థం : কোনো বিষয়ত কৰা কথা-বার্তা

ఉదాహరణ : তাত ্যৌতুক প্রথা সন্দর্ভত মিটিং কৰি আছে

పర్యాయపదాలు : চর্চা, পৰি্চর্চা, মিটিং