సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ
ఉదాహరణ : দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে
పర్యాయపదాలు : নক্সা
అర్థం : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
ఉదాహరణ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
పర్యాయపదాలు : উদাহৰণ, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন
అర్థం : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ
ఉదాహరణ : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে
పర్యాయపదాలు : নমুনা, মডেল
అర్థం : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়
ఉదాహరణ : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল
పర్యాయపదాలు : ডিজাইন, নমুনা
ఆప్ స్థాపించండి