అర్థం : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
ఉదాహరణ :
মায়ে আজিকালি বৰ আমনি কৰে
పర్యాయపదాలు : বিৰক্ত কৰা
అర్థం : কাৰোবাক আমনি দি থকা
ఉదాహరణ :
কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
పర్యాయపదాలు : খং তোলা, দিগদাৰী কৰা, দিগদাৰী দিয়া
అర్థం : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
ఉదాహరణ :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
పర్యాయపదాలు : বিৰক্ত কৰা
అర్థం : ধেমালিতে কাৰোবাক আমনি কৰা
ఉదాహరణ :
ৰমেশে নিজৰ খুলশালীক আমনি কৰি আছে