అర్థం : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
ఉదాహరణ :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
పర్యాయపదాలు : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি
అర్థం : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
ఉదాహరణ :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
పర్యాయపదాలు : বিৰক্তি
అర్థం : বিৰক্তিৰ অৱস্থা বা ভাৱ
ఉదాహరణ :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
పర్యాయపదాలు : বিৰক্তি