పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి আবেদন అనే పదం యొక్క అర్థం.

আবেদন   বিশেষ্য

అర్థం : কাৰোবাৰ পৰা কিবা বস্তু বিচাৰি দিয়া পত্র

ఉదాహరణ : তেওঁৰ আবেদন পত্র ন্যায়ালয়ে নাকচ কৰিলে

పర్యాయపదాలు : আবেদন পত্র, আর্জী, দর্খাস্ত

అర్థం : নম্রতা সহকাৰে কাৰোবাক কোনো কথা কোৱা কার্য

ఉదాహరణ : মোৰ আবেদনৰ বিষয়ত ধ্যান দিয়া হওক

పర్యాయపదాలు : আৱেদন, নিবেদন, নিৱেদন, প্রার্থ্্না, বিনীত অনুৰোধ

అర్థం : নিজৰ অৱস্থাৰ কথা লিখি বা প্রার্থন্া জনাই দিয়া পত্র:মই ছুটি বিচাৰি আবেদন-পত্র দাখিল কৰিছো

ఉదాహరణ :

పర్యాయపదాలు : আপিল, আবেদন-পত্র, আর্জী, আৰজ, দর্খাস্ত, দৰখাস্ত, প্রার্থন্া-পত্র

అర్థం : অত্যাচাৰ, দুখ আদিৰ পৰা বচোৱাৰ কাৰণে কৰা প্রার্থ্্না

ఉదాహరణ : পুলিচে দুখীয়া ৰামনাথৰ ফৰিয়াদ নামঞ্জুৰ কৰিলে

పర్యాయపదాలు : আর্জি, ফৰিয়াদ