అర్థం : আবেদন বা প্রার্থন্া কৰা লোক
ఉదాహరణ :
সকলো প্রার্থীৰ আবেদন-পত্র গৃহিত নহয়
పర్యాయపదాలు : আবেদন-কর্তা, আবেদনকাৰী, নিবেদক, প্রার্থন্া-কর্তা, প্রার্থী
అర్థం : যিজনে আবেদন কৰিছে
ఉదాహరణ :
এই পদটোৰ কাৰণে ছয় হাজাৰ আবেদকে আবেদন-পত্র দাখিল কৰিছে
పర్యాయపదాలు : আবেদন কর্তা
అర్థం : যি আবেদন কৰিছে
ఉదాహరణ :
প্রৱন্ধকে আবেদকসকলক আজি সাক্ষাৎকাৰৰ কাৰণে মাতিছে
పర్యాయపదాలు : আবেদন কর্তা