సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আফগানৰ অধিবাসী
ఉదాహరణ : বোমা বিস্ফোৰণত পঞ্চাশজন আফগানী আহত হৈছে
పర్యాయపదాలు : আফগান
అర్థం : আফগানিস্তানত চলা মুদ্রা
ఉదాహరణ : পাঠানজনে আফগানীৰ সলনি টকা খুজিছিল
అర్థం : আফগানিস্তানত বাস কৰাসকল
ఉదాహరణ : ভাৰতীয় সীমা সুৰক্ষাকাৰীসকলে কিছুমান আফগানী লোকক সীমা পাৰ কৰোতে ধৰিলে
అర్థం : আফগানিস্তান সম্বন্ধীয় বা আফগানিস্তানৰ
ఉదాహరణ : আফগানী পাঠান প্রায়েই মেৱা বেচিবলৈ আহিছিল
ఆప్ స్థాపించండి