సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
ఉదాహరణ : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
పర్యాయపదాలు : আত্মীয়, আত্মীয়-স্বজন
అర్థం : বহুত ওচৰৰ বা বহুত কাষৰ
ఉదాహరణ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
పర్యాయపదాలు : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
అర్థం : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
ఉదాహరణ : মনোহৰজী মোৰ আপোন খুৰা
పర్యాయపదాలు : আত্মীয়, পৰিজন, স্বজন
ఆప్ స్థాపించండి