పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి আপত্তি అనే పదం యొక్క అర్థం.

আপত্তি   বিশেষ্য

అర్థం : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য

ఉదాహరణ : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়

పర్యాయపదాలు : বিৰোধ

అర్థం : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ఉదాహరణ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

పర్యాయపదాలు : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা

అర్థం : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া

ఉదాహరణ : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়

పర్యాయపదాలు : অচিলা, অজুহাত, ওজৰ, ওজৰ-আপত্তি, কাৰণ, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু

అర్థం : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য

ఉదాహరణ : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে

పర్యాయపదాలు : অভিযোগ, ওজৰ, ওজৰ-আপত্তি