సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আন ফালৰ বা সেই ফালৰ
ఉదాహరణ : শ্যাম সিফালে আছে
పర్యాయపదాలు : অইন দিশে, অইনফালে, অন্যদিশে, সিকাষে, সিফালে, সেই ফালে, সেই মুখে, সেইকাষে, সেইঢালে, সেইদিশে, সেইপিনে, সেইফালে
అర్థం : অন্য কোনো স্থানৰ পৰা বা অন্য কʼৰবাৰ পৰা
ఉదాహరణ : ইয়াত আপুনি একো নাপাব আনফালে যাওক
పర్యాయపదాలు : অন্যফালে
అర్థం : আনটো ফালে
ఉదాహరణ : এফালে আপুনি এই কামটো কৰিবলৈ কয় আৰু আনফালে বাধাও দিয়ে
పర్యాయపదాలు : আনহাতে
అర్థం : আনটো ফালৰ দিশ
ఉదాహరణ : এই বেংকটো ৰাস্তাটোৰ সিপাৰে আছে
పర్యాయపదాలు : আনপাৰে, সিটো ফালে, সিপাৰে, সিফালে
ఆప్ స్థాపించండి