సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এটাক এৰি দি কোনোবা এটা
ఉదాహరణ : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
పర్యాయపదాలు : অইন, অন্য, অন্যান্য, পৰ, বেলেগ
అర్థం : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ
ఉదాహరణ : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়
పర్యాయపదాలు : অন্য, অন্যৰ, আনৰ, পৰ, পৰৰ, লোকৰ
అర్థం : দ্বিতীয় কোনো
ఉదాహరణ : মোৰ লগত আন মানুহো আছে
పర్యాయపదాలు : অইন, অন্য, আৰু, বেলেগ
ఆప్ స్థాపించండి