సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নিজ কুলৰ লোক
ఉదాహరణ : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
పర్యాయపదాలు : কুটুম, কুটুম্ব, পৰিজন
అర్థం : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
ఉదాహరణ : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
పర్యాయపదాలు : আত্মীয়-স্বজন, আপোন
అర్థం : একেখন ঘৰৰে মানুহ
ఉదాహరణ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
పర్యాయపదాలు : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল
అర్థం : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
ఉదాహరణ : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
పర్యాయపదాలు : নিজৰ
అర్థం : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
ఉదాహరణ : মনোহৰজী মোৰ আপোন খুৰা
పర్యాయపదాలు : আপোন, পৰিজন, স্বজন
ఆప్ స్థాపించండి