అర్థం : কোনো কামৰ কাৰণে নিজকে নিজে বলিদান দিয়া কার্য
ఉదాహరణ :
ভাৰতবর্ষক ্স্বাধীন কৰিবৰ কাৰণে ভালেমান নেতাই আত্মবলিদান দিবলগীয়া হৈছিল
అర్థం : কোনো ভাল কামৰ বাবে বা আনৰ বাবে নিজৰ সুখ, লাভ আদি ত্যাগ কৰা কার্য ্বা ভাৱ
ఉదాహరణ :
দধিচীয়ে দেৱ কল্যাণৰ বাবে আত্মত্যাগ কৰি মৃত্যুক আঁকোৱালি লʼলে
పర్యాయపదాలు : আত্মত্যাগ