అర్థం : যি স্বার্থৰে পৰিপূর্ণ ্ বা যি নিজৰ প্রয়োজন আদায় কৰি লয়
ఉదాహరణ :
স্বার্থপৰ ্ মানুহৰ পৰা আঁতৰি থাকিব লাগে
పర్యాయపదాలు : আত্মকেন্দ্রিক, আত্মগ্রাহী, আত্মসর্ব্বস্ব, স্বার্থপৰ, স্বার্থান্বেষী, ্স্বার্থপ্রণোদিত, ্স্বার্থপৰ্ায়ণ