సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সেই ঠাই বা সেই ঠাইৰ সৈতে সম্বন্ধিত
ఉదాహరణ : এইখন বেণাৰসৰ এখন স্থানীয় বাতৰি-কাকত
పర్యాయపదాలు : স্থানীয়
అర్థం : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
ఉదాహరణ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
పర్యాయపదాలు : থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, মূল, স্থানীয়
అర్థం : কোনো ক্ষেত্রৰ বা ক্ষেত্রৰ সৈতে সম্বন্ধিত
ఉదాహరణ : আমাৰ বিদ্যালয়ত আঞ্চলিক ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
పర్యాయపదాలు : ক্ষেত্রীয়
ఆప్ స్థాపించండి