సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা
ఉదాహరణ : শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে
పర్యాయపదాలు : গঢ়-গতি, চাল-চলন, ৰেহৰূপ
అర్థం : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
ఉదాహరణ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
పర్యాయపదాలు : আচাৰ, আচাৰ-আচৰণ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র
ఆప్ స్థాపించండి