సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
ఉదాహరణ : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
పర్యాయపదాలు : দুখ
అర్థం : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
ఉదాహరణ : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে
అర్థం : মৰা কার্য
ఉదాహరణ : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল
పర్యాయపదాలు : পিতন, প্রহাৰ, মাৰ
అర్థం : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
ఉదాహరణ : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
పర్యాయపదాలు : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ
ఆప్ స్థాపించండి