సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দেখিবলৈ বেয়া চেহেৰাৰ:কাহিনীৰ আৰম্ভণিতেই ডাইনীজনীয়ে মন্ত্রেৰে ৰাজকুমাৰক আপচু কৰি তুলিলে
ఉదాహరణ :
పర్యాయపదాలు : আপচু, আভঁ্জা, কু-ৰূপ, কুবৃত, কুশ্রী, বিকৃত, বিশ্রী
అర్థం : যি শুৱনি নহয়
ఉదాహరణ : বক্রাচার্যৰ শৰীৰ অশুৱনি
పర్యాయపదాలు : অগঢ়ী, অপচু, অশুৱনি, অশুৱনী, অশোভন, অশোভনীয়, অশোভিত, অসুন্দৰ, আপচু, আভঁজ্া, আভজা, কদর্য্য, কদাকাৰ, কিম্ভূত-কিমাকাৰ, কুন্ধচ, কুবিকট, কুশ্রী, কুৎসিত, কুৰূপ, বিশ্রী
ఆప్ స్థాపించండి