సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আহাৰ ৰান্ধিবলৈ মাটি, ইটা বা লোহাৰে নি্র্মাণ কৰি লোৱা জুই জ্বলোৱা স্থান বা পাত্র
ఉదాహరణ : মায়ে ভাত ৰান্ধিবলৈ চৌকাত জুই দিলে
పర్యాయపదాలు : চুলা, চৌকা, জুহাল
అర్థం : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ
ఉదాహరణ : তেওঁ জুহালত চাহ বনাই আছে
పర్యాయపదాలు : খোলা, জুইশাল, জুহাল
ఆప్ స్థాపించండి