అర్థం : আক্রমণ কৰোতা ব্যক্তি
ఉదాహరణ :
সৈনিকসকলে দৌৰি দৌৰি দুটা আক্রমণকাৰীক ধৰিলে
అర్థం : আক্রমণ কৰা ব্যক্তি
ఉదాహరణ :
ভাৰতবর্ষৰ ওপৰত ্আক্রমণকাৰীয়ে মাজে-মাজে ৰাজত্ব কৰে
పర్యాయపదాలు : ্আক্রমণ কর্তা
అర్థం : যি আক্রমণ কৰে
ఉదాహరణ :
আক্রমণকাৰী সৈনিকে কিল্লাটো হস্তগত কৰিলে
పర్యాయపదాలు : আক্রমণ ্কর্তা, আগ্রাসী, হানাদাৰ