సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সঠিক বা উপযুক্ত নোহোৱা সময়
ఉదాహరణ : তেওঁ ধৈর্য ধৰি জীৱনলে অহা আকালৰ সন্মুখীন হʼল
పర్యాయపదాలు : দুঃসময়
అర్థం : খাবলৈ নাপায় ভোকত মৰাৰ দৰে হোৱা অৱস্থা
ఉదాహరణ : অকস্মাৎ অহা বিপদৰ কাৰণে বহুতো গঞা দুর্ভিক্ষৰ কৱলত পৰিল
పర్యాయపదాలు : অনাটন, অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ
అర్థం : খাদ্য সামগ্রীৰ নাটনি হোৱা সময়
ఉదాహరణ : আকাল দূৰীকৰণৰ বাবে চৰকাৰে এখন নতুন আঁচনি প্রস্তুত কৰিছে
పర్యాయపదాలు : অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ
ఆప్ స్థాపించండి