అర్థం : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
ఉదాహరణ :
লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
అర్థం : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
ఉదాహరణ :
আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
పర్యాయపదాలు : দোহৰা, পুনৰাবৃত্তি কৰা