అర్థం : দূৰত বা পৃথক কৰি থোৱা
ఉదాహరణ :
কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে
పర్యాయపదాలు : আঁ্তৰাই থোৱা
అర్థం : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
ఉదాహరణ :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
పర్యాయపదాలు : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া
అర్థం : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া
ఉదాహరణ :
চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা
అర్థం : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা
ఉదాహరణ :
কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে
పర్యాయపదాలు : পদচ্যুত কৰা, বর্খাস্ত কৰা