సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
ఉదాహరణ : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
పర్యాయపదాలు : আঁ্তৰা, ফটা, ফাটি যোৱা
అర్థం : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
ఉదాహరణ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
పర్యాయపదాలు : এৰা, এৰি দিয়া, ত্যাগ কৰা
అర్థం : দূৰ হোৱা
ఉదాహరణ : ডাৱৰ আঁতৰি গʼল
పర్యాయపదాలు : আঁ্তৰা
ఆప్ స్థాపించండి