సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ কোনো আকাৰ নাই
ఉదాహరణ : সন্ত কবীৰ নিৰাকাৰ ঈশ্বৰৰ উপাসক আছিল
పర్యాయపదాలు : অৱয়বহীন, আকাৰবিহীন, আকাৰহীন, নিৰাকাৰ, নিৰাকৃতি, নৈৰাকাৰ, মূর্তিহীন
అర్థం : যাৰ শৰীৰ নাই
ఉదాహరణ : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
పర్యాయపదాలు : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়বহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহ, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
ఆప్ స్థాపించండి