సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে
ఉదాహరణ :
పర్యాయపదాలు : অৱকাশ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, শান্তি, সুখ
అర్థం : আৰামৰ সময়
ఉదాహరణ : আপুনি মোক জিৰণিত লগ কৰক
పర్యాయపదాలు : আজৰি, জিৰণি, জিৰণি সময়, বিশ্রাম কাল, বিৰাম কাল
అర్థం : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন
ఉదాహరణ : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে
పర్యాయపదాలు : অৱকাশ, ছুটী, বিৰতি, বিৰাম
ఆప్ స్థాపించండి