అర్థం : পদ, মর্যাদা আদিৰ বিচাৰেৰে সমাজত কোনো ব্যক্তি, সংস্থা আদিৰ সেই বিধিসন্মত স্থিতি যি নিজৰ ক্ষেত্রত কিছু নিশ্চিত পৰিধি লাভ কৰে
ఉదాహరణ :
কাৰোবাৰ স্থিতি্ তেওঁৰ মর্যাদা, পদ, সন্মান আদিৰ পৰিচায়ক হয়
పర్యాయపదాలు : স্থিতি
అర్థం : সত্তাৰ ভাব
ఉదాహరణ :
আমাৰ মনত কেতিয়াবা-কেতিয়াবা এইটো ভাবৰ উদয় হয় যে ঈশ্বৰৰ অস্তিত্ব আছে
పర్యాయపదాలు : অধিস্থান, অস্তিত্ব, বিদ্যমানতা, বিৰাজ, বিৰাজমানতা, সত্তা, স্থিতি