సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এনেধৰণৰ কোনো কাম কৰা বা কথা কোৱা কার্য ্ যিয়ে কাৰোবাৰ মান-সন্মান আৰু প্রতিষ্ঠাত আঘাত হানে
ఉదాహరణ : ৰামে শ্যামৰ বিৰুদ্ধে আদালতত মানহানিৰ গোচৰ ৰুজু কৰিলে
పర్యాయపదాలు : মানহানি
అర్థం : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ఉదాహరణ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
పర్యాయపదాలు : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
ఆప్ స్థాపించండి