సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি তলমূৰ কৰি আছে
ఉదాహరణ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
పర్యాయపదాలు : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনত, নিম্নগত, নিম্নগামী
అర్థం : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ఉదాహరణ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
పర్యాయపదాలు : অধঃপতিত, অধোগত, অৱনত, পতিত
అర్థం : যি নমিত নহয়
ఉదాహరణ : বন্দী অৱস্থাতো পুৰুৱে আলেকজেণ্ডাৰৰ ওচৰত শিৰ অৱনমিত নকৰিলে
ఆప్ స్థాపించండి