పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অৱনতি అనే పదం యొక్క అర్థం.

অৱনতি   বিশেষ্য

అర్థం : অৱনমিত হোৱা বা কমি অহা কার্য ্বা ভাব

ఉదాహరణ : শ্বেয়াৰ বজাৰৰ মূল্যত একেৰাহে হোৱা অৱনতিৰ কাৰণবোৰ বিচাৰ কৰা হৈছে

పర్యాయపదాలు : ন্যূনতা

అర్థం : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য

ఉదాహరణ : বেয়া গুণে মানুহৰ পতন ঘটায়

పర్యాయపదాలు : অধঃপতন, অধঃপাত, অধোগমন, চ্যুতি, পতন

అర్థం : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য

ఉదాహరణ : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল

పర్యాయపదాలు : অধঃপতন, অধঃপাত, পতন, স্খলন