సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : তলমূৰ কৰি থকা
ఉదాహరణ : ফলেৰ অৱনত হৈ থকা ডালবোৰ মাটিত লাগি আছে
పర్యాయపదాలు : নত
అర్థం : আগৰ ফালে হাউলি থকা
ఉదాహరణ : অৱনত শাখাবোৰ কাটি দিয়াই ভাল হʼব
అర్థం : যি তলমূৰ কৰি আছে
ఉదాహరణ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
పర్యాయపదాలు : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনমিত, নিম্নগত, নিম্নগামী
అర్థం : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ఉదాహరణ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
పర్యాయపదాలు : অধঃপতিত, অধোগত, অৱনমিত, পতিত
అర్థం : যাৰ দৰ বা ভাও কমি গৈছে
ఉదాహరణ : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে
పర్యాయపదాలు : কম, মন্দা
ఆప్ స్థాపించండి