సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
ఉదాహరణ : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
పర్యాయపదాలు : নমোৱা
అర్థం : ওপৰৰ পৰা তললৈ অহা কার্য
ఉదాహరణ : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত
పర్యాయపదాలు : অধোগতি, অধোগমন, অৱৰোহণ, নমা-, নমোৱা-
అర్థం : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
ఉదాహరణ : লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল
ఆప్ స్థాపించండి