పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অৱতাৰ అనే పదం యొక్క అర్థం.

অৱতাৰ   বিশেষ্য

అర్థం : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল

ఉదాహరణ :

పర్యాయపదాలు : আৱির্ভাৱ, উদ্ভৱ, উপজনন, উৎপত্তি, ওপজা, জগা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ

అర్థం : দেৱতাসকলৰ অৱতাৰ গ্রহণ কৰা ৰূপ

ఉదాహరణ : ভগৱান বিষ্ণুৰ চৌবিশ অৱতাৰৰ ভিতৰত ৰামো এজন

అర్థం : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব

ఉదాహరణ : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল

పర్యాయపదాలు : অভ্যুদয়, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, উৎপত্তি, জন্ম

అర్థం : কোনো বিশেষ উদ্দেশ্যেৰে দেৱতা আদিৰ সংসাৰী প্রাণীৰ শৰীৰত পৃথিৱীলৈ আগমন

ఉదాహరణ : ত্রেতাযুগত ভগৱান ৰামৰ অৱতাৰ হৈছিল