సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ সৈতে শত্রুতা আছে
ఉదాహరణ : শত্রু আৰু জুইক কেতিয়াও বলহীন বুলি ভাবিব নালাগে
పర్యాయపదాలు : বৈৰী, শত্রু, ৰিপু
అర్థం : শত্রুৰ ভাব বা কার্য
ఉదాహరణ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
పర్యాయపదాలు : আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিদ্বেষ, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ఆప్ స్థాపించండి