అర్థం : উৎপন্ন হোৱা
ఉదాహరణ :
যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে
పర్యాయపదాలు : উঠা
అర్థం : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
ఉదాహరణ :
పర్యాయపదాలు : আগমন কৰা, উপস্থিত হোৱা, পোৱা
అర్థం : ঋতু বা সময়ৰ শুভাৰম্ভ হোৱা
ఉదాహరణ :
বসন্তকাল আহিল
అర్థం : ক্রয় কৰি কোনো বস্তু লাভ কৰা
ఉదాహరణ :
সোমবাৰে আমাৰ নতুন গাড়ী আহিব