అర్థం : যিজন ব্যক্তিৰ হাতত অস্ত্র নাই
ఉదాహరణ :
নিৰস্ত্রৰ ওপৰত প্রহাৰ কৰাটো কʼৰ ন্যায়?
పర్యాయపదాలు : নিৰস্ত্র
అర్థం : হাথিয়াৰ বা অস্ত্র নোহোৱাকৈ
ఉదాహరణ :
অর্জুনে অস্ত্রহীন ্কর্ণকৰ ওপৰত প্রহাৰ কৰিলে
పర్యాయపదాలు : অস্ত্রবিহীন
అర్థం : যাৰ হাতত কোনো অস্ত্র নাই
ఉదాహరణ :
যুদ্ধত অস্ত্রহীন যোদ্ধাক আঘাত কৰা অধর্ম
పర్యాయపదాలు : নিৰস্ত্র