సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ఉదాహరణ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
పర్యాయపదాలు : কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
అర్థం : যিটো সহজ নহয়
ఉదాహరణ : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত
పర్యాయపదాలు : কঠিন, বিষম
అర్థం : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
ఉదాహరణ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
పర్యాయపదాలు : কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল
ఆప్ స్థాపించండి