పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অসমীয়া అనే పదం యొక్క అర్థం.

অসমীয়া   বিশেষ্য

అర్థం : অসম ৰাজ্যৰ ভাষা

ఉదాహరణ : তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে

పర్యాయపదాలు : অসমীয়া ভাষা

అర్థం : অসম ৰাজ্যৰ অধিবাসী

ఉదాహరణ : ভালেমান অসমীয়া মোৰ ভাল বন্ধু

అర్థం : অসম ৰাজ্যৰ নিবাসী

ఉదాహరణ : মোৰ ভালেমান অসমীয়া বন্ধু আছে

অসমীয়া   বিশেষণ

అర్థం : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ

ఉదాహరణ : তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই

అర్థం : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত

ఉదాహరణ : মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে

అర్థం : অসমত থকা বা বসতি কৰা

ఉదాహరణ : সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত