అర్థం : তৃপ্তি নোপোৱা অৱস্থা
ఉదాహరణ :
আনন্দই ভগৱান বুদ্ধক মনৰ অতৃপ্তি দূৰ কৰাৰ উপায় সুধিলে
పర్యాయపదాలు : অতুষ্টি, অতৃপ্তি, অপৰিতোষ, অসন্তুষ্টি
అర్థం : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
పర్యాయపదాలు : অপ্রসন্নতা, অসন্তুষ্টি