సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
ఉదాహరణ :
పర్యాయపదాలు : অধম, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
అర్థం : যিটো উচিত বা যুগুত নহয়
ఉదాహరణ : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
పర్యాయపదాలు : অনুচিত, অন্যায়, অযথার্থ, অযুগুত, অসংগত, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
ఆప్ స్థాపించండి