సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সাতৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
ఉదాహరణ : চাৰি আৰু চাৰি মিলি আঠ হয়
పర్యాయపదాలు : আঠ, ৮
అర్థం : সপ্তম শ্রেণীৰ ওপৰৰ শ্রেণী
ఉదాహరణ : গণেশে অষ্টম শ্রেণীত পঢ়ে
పర్యాయపదాలు : অষ্টম শ্রেণী
అర్థం : গণনাত আঠ নম্বৰৰ স্থানত অহা
ఉదాహరణ : আজি আমাৰ অষ্টম কাকত আছে
పర్యాయపదాలు : ৮ম
అర్థం : গণনাৰ হিচাপত আঠ নম্বৰ স্থানত উপনীত হোৱা এক অৱস্থা
ఉదాహరణ : শস্যৰ অষ্টম বস্তাটো ফাটি থাকিল
ఆప్ స్థాపించండి