అర్థం : যি ক্লান্ত হোৱা নাই
ఉదాహరణ :
অক্লান্ত তী্র্থ্্যাত্রীসকলে মন্দিৰৰফালে বেগাই আগবাঢ়ি আছে
పర్యాయపదాలు : অক্লান্ত, অক্লিষ্ট, অপৰিশ্রান্ত, অম্রিয়মান, ক্লান্তহীন
అర్థం : যʼত কোনো ভাগৰ নালাগে
ఉదాహరణ :
মীৰাই অশ্রান্ত পৰিশ্রম কৰি নিজৰ লক্ষ্যত উপনীত হʼল