పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অশুদ্ধ అనే పదం యొక్క అర్థం.

অশুদ্ধ   বিশেষ্য

అర్థం : যিটো শুদ্ধ নহয় বা অবিবেচকভাৱে কৰা:তুমি এই ভুলৰ শাস্তি নিশ্চয় পাবা

ఉదాహరణ :

పర్యాయపదాలు : অশুদ্ধি, ক্রুটী, ক্রুটী-বিচ্যুতি, চ্যুতি-বিচ্যুতি, দোষ-ক্রুটী, বিজুতি, ভুল, ভুল-ক্রুটী, ভুল-চুক, ভুল-ভাল, ভুল-ভ্রান্তি, ভ্রম, ভ্রান্তি

অশুদ্ধ   বিশেষণ

అర్థం : যি ্ ধর্মানুসৰি পবিত্র নহয়

ఉదాహరణ : হিন্দুসকলে বিশ্বাস কৰে যে কোনো অপবিত্র স্থানত গংগাজল চটিয়াই দিলে সেই ঠাই পবিত্র হৈ যায়

పర్యాయపదాలు : অপবিত্র, অপুণ্য, অপৱিত্র, অশুচি, কলুষিত, দুষিত

అర్థం : যিটো সঠিক নহয়

ఉదాహరణ : অশুদ্ধ বাক্যবোৰক শুদ্ধ কৰি লিখক

పర్యాయపదాలు : ভুল

అర్థం : যʼত মিশ্রণ ঘটিছে বা যি শুদ্ধ নহয় অথবা যʼত কেৰোণ আছে

ఉదాహరణ : এইখিনি ভেজাল ঘিউ

పర్యాయపదాలు : অবিশুদ্ধ, কেৰুণীয়া, জাল, বিমিশ্র, ভাঁজ দিয়া, ভেজাল, ্ভঁজুৱা

అర్థం : যিটোৰ শোধন কৰা হোৱা নাই

ఉదాహరణ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

పర్యాయపదాలు : অপৰিষ্কৃত, অশোধিত, অসংশোধিত, লেতেৰা